New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/4c14198f-6163-468d-9180-02b7d85b9cf2.jpg)
- নগাঁও আৰক্ষীৰ জালত কুখ্যাত ডকাইত৷
- ডকাইতটোৰ পৰা জব্দ দুটা পইণ্ট ২ ২, এটা ৭.৬৫ সহ তিনিটা পিষ্টল আৰু ১১ জাঁই সজীৱ গুলী৷
- বুধবাৰে সন্ধিয়া জুৰীয়াৰ বগুৰিগুৰিৰ পৰা আটক কৰা হয় কুখ্যাত ডকাইত বিল্লাল হুছেইনক।
- পূৰ্বেও কেবাটাও ডকাইতিৰ ঘটনাত জড়িত থকা অভিযোগ ডকাইতটোৰ বিৰুদ্ধে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/6169f5a0-a2ee-47d4-bb72-dc59e0ca631c.jpg)
- নগাঁও আৰক্ষীৰ সদৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়া, বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত আৰক্ষী আৰু চি আৰ পি এফ ৩৪ বেটিলিয়েনৰ দলে চলাইছিল এই অভিযান৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/02/d8eae4f4-9bc1-42a5-bf23-cc2e10c6a6b1.jpg)
- নগাঁও আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধিৰ তৎপৰতাত গঠিত বিশেষ অভিযানকাৰী দলৰ এই বিশেষ সফলতাত অভিনন্দন বৃহত্তৰ জুৰীয়াবাসীৰ।