প্ৰতীকি ফটো
Published on:
Updated on:
- নগাঁৱৰ ম'হমৰীয়া চাৰিআলিত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।
- অগ্নিকাণ্ডত সম্পূৰ্ণ ৰূপে ভস্মীভূত এটা বাসগৃহ।
- ম'হমৰীয়াৰ ভোলানাথ শৰ্মাৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড।
- বাসগৃহটো ককায়েক জিতেন শৰ্মাই জ্বলাই দিয়াৰ অভিযোগ।
- বেবেজীয়া আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত জিতেন শৰ্মাক।
- গাঁৱৰ ৰাইজে জিতেন শৰ্মাক কৰায়ত্ত কৰি গতাই দিয়ে আৰক্ষীক।
Code:
Asomiya Pratidin
www.asomiyapratidin.in