New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/NAGAON-KACHUWA-ACCIDENT.jpg)
- নগাঁৱৰ কচুৱা ৰজাআলিত পথ দুৰ্ঘটনা৷
- নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী টেম্পু বাহন৷
- দুৰ্ঘটনাত ৩জন লোক গুৰুতৰ ভাৱে আহত৷
- আহত সকল মিটন ঘোষ, ধৰ্মেন্দ্ৰ বড়ো আৰু গোপেন্দ্ৰ খাকলাৰী বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/189c7004-f402-4ed6-a05b-095c7edd287f.jpg)
- আহত দুজনক কচুৱা মডেল হাস্পতালত ভৰ্তি কৰা হৈছে।
- ইফালে সংকটজনক অৱস্থাত মিটন ঘোষক নগাঁৱলৈ প্ৰেৰণ কৰা হৈছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us
 Follow Us