New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/10/aimuhurto-khabar.jpg)
- নগাঁও জিলাত ১৯ মাৰ্চ স্থানীয় বন্ধ ঘোষনা ।
- দৌল উৎসৱ উপলক্ষে এই ঘোষণা নগাঁও জিলা প্ৰশাসনৰ ।
- বন্ধ থাকিব চৰকাৰী কাৰ্য্যালয়, বেংক ইত্যাদি ।
- জৰুৰী সেৱা , বিভিন্ন পৰীক্ষা , লিখিত পৰীক্ষা , সাক্ষাৎকাৰ ক্ষেত্ৰত নাই কোনো বাধ্য বাধকতা ৷
- বিভিন্ন জিলাত ১৯ মাৰ্চত ঘোষণা কৰা হৈছে বন্ধ।