Published on:
Updated on:
- নগাঁৱৰ চকিটূপ হাজিপাৰাত আৰক্ষীয়ে চলাই অভিযান ৷
- চৈয়দ তাজিমূল হক নামৰ ড্ৰাগছ ব্যৱসায়ী এজনক গ্ৰেপ্তাৰ ৷
- হাজিপাৰাৰ নিজ গৃহৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল তাজিমূলে ৷
- ধৃত ব্যৱসায়ীজনৰ ঘৰত নিশা ১০.৩০ বজাত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷
- আৰক্ষীয়ে লগতে উদ্ধাৰ কৰিছে নগদ ধন ৷
- তাজিমূলৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছে দুগৰাকী মহিলাক ৷
- আটক হোৱা মহিলা দুগৰাকী কাৰ্বিআংলঙৰ বুলি জানিব পৰা গৈছে।
- সন্দেহ ৰৰা মতে, দুয়োগৰাকী মহিলাই ড্ৰাগছ সৰবৰাহৰে জড়িত ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in