New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিলম্ব ভোটগণনা।
- ৯:৪০ বজালৈকে আৰম্ভ হোৱা নাই ভোটগণনা।
- কেন্দ্ৰটোত প্ৰায় ১০০০ গণনাকাৰীক নিয়োগ।
- গণনা কক্ষত নিষিদ্ধ কৰা হৈছে মবাইল।
- জৰামাৰী আলিটাঙনী, বেচামাৰী, টুকটুকী, বটদ্ৰবা, হাতীচোঙ, গৰাজান, ভকটগাঁও জিলা পৰিষদ সমষ্টিৰ ভোটগণনা হ'ব।
- ইফালে ইয়াৰ লগতে উক্ত জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বৰৰ ভোটগণনা হব নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত।