নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিলম্ব ভোটগণনা

নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিলম্ব ভোটগণনা
  • নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত বিলম্ব ভোটগণনা।
  • ৯:৪০ বজালৈকে আৰম্ভ হোৱা নাই ভোটগণনা।
  • কেন্দ্ৰটোত প্ৰায় ১০০০ গণনাকাৰীক নিয়োগ।
  • গণনা কক্ষত নিষিদ্ধ কৰা হৈছে মবাইল।
  • জৰামাৰী আলিটাঙনী, বেচামাৰী, টুকটুকী, বটদ্ৰবা, হাতীচোঙ, গৰাজান, ভকটগাঁও জিলা পৰিষদ সমষ্টিৰ ভোটগণনা হ'ব।
  • ইফালে ইয়াৰ লগতে উক্ত জিলা পৰিষদৰ অন্তৰ্গত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ৱাৰ্ড মেম্বৰৰ ভোটগণনা হব নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in