New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/panchayat-election.jpg)
- নগাঁৱত তিনি স্থানত ভোটগণনা আৰম্ভ।
- নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত জৰামাৰী আলিটাঙনী, বেচামাৰী, টুকটুকী, বটদ্ৰবা, হাতীচোঙ, গৰাজান, ভকটগাঁও জিলা পৰিষদ সমষ্টিৰ ভোটগণনা।
- ইয়াৰ লগতে জিলা পৰিষদ সমষ্টিকেইটাৰ অন্তৰ্গত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, পঞ্চায়ত সদস্যৰ ভোটগণনা আৰম্ভ হৈছে।
- নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত বাৰপুজীয়া, চাপৰমুখ, জাগীয়াল, ৰূপহীহাট, জুৰীয়া, শিঙিয়া, কাছমাৰী, পাখিমৰীয়া জিলা পৰিষদৰ ভোটগণনা অনুষ্টিত হৈছে।
- একেদৰে ডচন উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত কচুৱা, শিঙিমাৰী মাধবপাৰা, কঠিয়াতলি, বামুনী, ভোটাই পাঠৰি, পুৰনিগুদাম, বাজিয়াগাঁও আৰু চামগুৰি জিলা পৰিষদ সমষ্টিৰ ভোটগঁণনা আৰম্ভ।
- সৰ্বমুঠ ২৩০খন টেবুলত ভোটগণনা আৰম্ভ।
- প্ৰায় তিনি হাজাৰ কৰ্মচাৰীক গননাত নিয়োগ কৰা হৈছে ভোটগণনাৰ বাবে।