New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/dangor-khobr.jpg)
- নগাওঁ আৰু কাছাৰ কাগজ কলৰ আবাসীসকললৈ বিশেষ জাননী।
- ১৫ দিনৰ ভিতৰত আবাসীসকলক কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ।
- এই নিৰ্দেশনামা লিকুইডেটৰ কুলদ্বীপ বৰ্মাৰ।
- লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই এন চি এল টি কৰ্তৃপক্ষক দাখিল কৰিছে এই নিৰ্দেশনা।
- ১৫ দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী নকৰিলে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ কুলদ্বি বাৰ্মাৰ।
- কেৱল কোৱাৰ্টাৰেই নহয়,কাগজ কল দুটাৰ পৰিসৰৰ ভিতৰত থকা ভূমিকে আদি কৰি অন্যান্য সকলো সা-সুবিধা ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
- ফলস্বৰুপে দুয়োটা কাগজ কলৰ আবাসীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।