নগাওঁ আৰু কাছাৰ কাগজ কলৰ আবাসীক ১৫ দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ

নগাওঁ আৰু কাছাৰ কাগজ কলৰ আবাসীক ১৫ দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ
  • নগাওঁ আৰু কাছাৰ কাগজ কলৰ আবাসীসকললৈ বিশেষ জাননী।
  • ১৫ দিনৰ ভিতৰত আবাসীসকলক কোৱাৰ্টাৰ খালী কৰাৰ নিৰ্দেশ।
  • এই নিৰ্দেশনামা লিকুইডেটৰ কুলদ্বীপ বৰ্মাৰ।
  • লিকুইডেটৰ কুলদ্বীপ বাৰ্মাই এন চি এল টি কৰ্তৃপক্ষক দাখিল কৰিছে এই নিৰ্দেশনা।
  • ১৫ দিনৰ ভিতৰত কোৱাৰ্টাৰ খালী নকৰিলে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ কুলদ্বি বাৰ্মাৰ।
  • কেৱল কোৱাৰ্টাৰেই নহয়,কাগজ কল দুটাৰ পৰিসৰৰ ভিতৰত থকা ভূমিকে আদি কৰি অন্যান্য সকলো সা-সুবিধা ত্যাগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে।
  • ফলস্বৰুপে দুয়োটা কাগজ কলৰ আবাসীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in