নগাঁৱত ১৭টা পঞ্চায়তৰ ১১টা বিজেপিৰ দখল

নগাঁৱত ১৭টা পঞ্চায়তৰ ১১টা বিজেপিৰ দখল
  • নগাঁও ১৭টা গাঁও পঞ্চায়তৰ ভিতৰত ১১টাত বিজেপিৰ আধিপত্য।
  • ৩টা পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।
  • ইফালে, অগপ আৰু এ আই ইউ ডি এফ ক্ৰমে ২টা আৰু ১টা পঞ্চায়ত জয়ী।
  • বৰ্তমানলৈ ঘোষণা হোৱা নাই ২৯টাকৈ জিলা পৰিষদৰ ফলাফল।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in