অসম মুখ্য-পৃষ্ঠা নগাঁৱত ১৭টা পঞ্চায়তৰ ১১টা বিজেপিৰ দখল নগাঁৱত ১৭টা পঞ্চায়তৰ ১১টা বিজেপিৰ দখল asomiyapratidin 13 Dec 2018 03:28 IST Follow UsNew Updateনগাঁও ১৭টা গাঁও পঞ্চায়তৰ ভিতৰত ১১টাত বিজেপিৰ আধিপত্য।৩টা পঞ্চায়তত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।ইফালে, অগপ আৰু এ আই ইউ ডি এফ ক্ৰমে ২টা আৰু ১টা পঞ্চায়ত জয়ী।বৰ্তমানলৈ ঘোষণা হোৱা নাই ২৯টাকৈ জিলা পৰিষদৰ ফলাফল।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক