New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/gggnaga-miscreants-fire-on-cattle-news-1-copy.jpg)
- পুনৰ মৰিয়নীৰ দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস।
- চৰিবলৈ যোৱা অসমীয়া পশুপালকৰ পশুধন গুলীয়াই হত্যা কৰি লগত লৈ যায় নগা দুৰ্বৃত্তৰ দলে।
- পশুধনটো বনগাঁৱৰ চন্দ্ৰ ছেত্ৰী নামৰ এজন গঞাৰ বুলি জানিব পৰা গৈছে।
- ঘটনাস্থলীত উপস্থিত হৈছে মৰিয়নী আৰক্ষী।
- উক্ত স্থানত উদ্ধাৰ এটা খালী কাৰ্টিজ।
- নগা দুৰ্বৃত্তৰ সন্ধানত অসম আৰক্ষীৰ অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us