ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা….

ৰাজ্যৰ ৮০ খন পৌৰসভাৰ নিৰ্বাচনৰ দিন ঘোষণা….
  • ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল।
  • সংবাদমেলত ঘোষণা পৌৰসভা নিৰ্বাচনৰ সময়সূচী।
  • ৰাজ্যৰ ৮০খন পৌৰসভা নিৰ্বাচনৰ দিন ঘোষণা।
  • ৬ মাৰ্চত হ'ব পৌৰসভাৰ নিৰ্বাচন।
  • ৯ মাৰ্চত হ'ব নিৰ্বাচনৰ ভোট গণনা।
  • ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেলত এই ঘোষণা।
  • ১৫ ফেব্রুৱাৰীত মনোনয়ন পত্র দাখিলৰ অন্তিম দিন।
  • মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ২০ ফেব্রুৱাৰী।
  • নিৰ্বাচনী প্রচাৰত ৰ'ড শ্ব' আৰু ৰেলী নিষিদ্ধ।
  • ঘৰে-ঘৰে গৈ নিৰ্বাচনী প্রচাৰ চলাব পাৰিব।
  • কেৱল ১৫জন ব্যক্তিহে যাব পাৰিব নিৰ্বাচনী প্রচাৰত।
  • ১৭ ফেব্রুৱাৰীত হ'ব মনোনয়ন পত্রৰ পৰীক্ষা।
  • আজিৰে পৰা নিৰ্বাচনী আচৰণ বিধি বলৱৎ।
  • পৌৰসভা নিৰ্বাচনত M2 EVM ব্যৱহাৰ হ'ব।
  • শিলচৰ পৌৰনিগমৰ নিৰ্বাচন নহয়।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in