New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-2.jpg)
- বান্দৰদেৱাৰ সমীপৰ হাৰমতী ডুবিত পথ দুৰ্ঘটনা।
- অচিনাক্ত বাহনৰ খুন্দাত নিহত মটৰচাইকেল আৰোহী।
- দুৰ্ঘটনাত গুৰতৰভাৱে আহত শিশুসহ আন এজন লোক।
- নিহত লোকজন হাৰমতী ডুবিৰ অমৃত পৰজা।
- আহতদ্বয়ক লালুক চিকিৎসালয়লৈ প্রেৰণ।
- দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন বাসনসহ চালকৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us