মষ্ট ৱাণ্টেড অপৰাধী অৰুণ চাহানীৰ আত্মসমৰ্পণ…

মষ্ট ৱাণ্টেড অপৰাধী অৰুণ চাহানীৰ আত্মসমৰ্পণ…

author-image
asomiyapratidin
New Update
ম্যানমাৰত মণিপুৰী বিদ্ৰোহী সংগঠন পিপলছ লিবাৰেচন আৰ্মি বিৰুদ্ধে সেনাৰ অভিযানত দুজন  কেডাৰ নিহত…

  • লংকাৰ মষ্ট ৱাণ্টেড অপৰাধী অৰুণ চাহানীৰ আত্মসমৰ্পণ।
  • ৪ ফেব্রুৱাৰীত চাহানীৰ ঘৰৰ পৰা আৰক্ষীয়ে আটক কৰিছিল এজন ড্ৰাগছ সৰবৰাহী।
  • আটক কৰা ড্ৰাগছ সৰবৰাহীটো আছিল শৰৎ ঘোষ ।
  • আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিছিল অৰুণ চাহানীয়ে।
  • অৱশেষত লংকা আৰক্ষী থানাত আত্মসমৰ্পণ অৰুণ চাহানীৰ।
assam Assam police