অসম মুখ্য-পৃষ্ঠা আৰক্ষী বিষয়া মস্কো শইকীয়াৰ বিয়োগ…. আৰক্ষী বিষয়া মস্কো শইকীয়াৰ বিয়োগ…. asomiyapratidin 19 Dec 2021 08:24 IST Follow UsNew Updateআৰক্ষী বিষয়া মস্কো শইকীয়াৰ বিয়োগ।উচ্চ ৰক্তচাপজনিত ৰোগত মৃত্যু হয় আৰক্ষী বিষয়াজনৰ। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষায় আছিল প্ৰয়াত শইকীয়া।শনিবাৰে নিশা মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক