Published on:
Updated on:
- মৰিয়নী নগৰত বিধ্বংসী অগ্নিকাণ্ড।
- নগৰৰ মাজ মজিয়াৰ বিনায়ক হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড।
- হোটেলখনৰ ৰান্ধনীশালাৰ পৰা জুইৰ সূত্ৰপাত।
- স্থানীয় লোক আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত কোনোমতে ৰক্ষা পৰে বৃহৎ ব্যৱসায়িক অঞ্চলটো।
- জুই জাহ গ'ল হোটেলখনৰ এটা অংশ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in