Published on:
Updated on:
- মৰিগাঁৱত বন্ধৰ সমৰ্থন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ।
- উপায়ুক্ত ভৱন আৰু আৱৰ্ত ভৱনৰ সন্মুখত টায়াৰ জ্বলাই প্ৰতিবাদ সমৰ্থকৰ।
- কটকটীয়া নিৰাপত্তা বেষ্টনীয়েও প্ৰভাৱ পেলাৱ নোৱাৰিলে প্ৰতিবাদত।
- যিকোনো বাধাৰ সন্মুখীন হ'লেও বন্ধ সফল কৰাৰ হুংকাৰ সমৰ্থনকাৰীৰ।
Code:
Asomiya Pratidin
www.asomiyapratidin.in