Published on:
Updated on:
- বৃহস্পতিবাৰে মৰিগাঁৱত সীমান্ত আৰক্ষীয়ে আটক কৰে তিনিগৰাকী বিদেশী মহিলাক।
- মৰিগাঁও ২নং বিদেশী ন্যায়ধীকৰণে বিদেশী বুলি ৰায়দান দিছিল তেওঁলোকক।
- বিদেশী মহিলা কেইগৰাকীৰ এফ টি নং হল ৬৩/১৩।
- মহিলা কেইগৰাকীৰ ঘৰ লাহৰীঘাটৰ জৰীবৰত।
- তিনিওগৰাকী মহিলা ওচমান আলীৰ পত্নী।
- মহিলা কেইগৰাকীৰ নাম ক্ৰমে আমেৰন নেচা,চাহেৰন নেচা আৰু ফাতেমা খাতুন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in