New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-2-300x188-1.jpg)
- ৰাজ্যত অব্যাহত আছে গৰুৰ অবৈধ বেহা।
- পুনৰ কলিয়াবৰৰ কুঠৰীত জব্দ অবৈধভাৱে সৰবৰাহ কৰা গুৰ।
- তিনিখনকৈ অবৈধ গৰুভৰ্তি বাহন জব্দ কৰিছে আৰক্ষীয়ে।
- গাড়ীকেইখনত আছিল ৫৫টাৰো অধিক গৰু।
- আৰক্ষীয়ে জব্দ কৰিছে দুখন টাটা ম'বাইল আৰু এখন বলেৰ' পিকআপভান।
- আৰক্ষীয়ে বাহনখনকেইখনৰ সৈতে আটক কৰিছে বাহনৰ চালকক।
- আটকাধীন চালক কেইজন ক্ৰমে- সুৰেন মণ্ডল, বিনোদ বাউৰি, জুলফিকৰ আলী।
- আনহাতে এখন বাহনৰ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
- জব্দ কৰা বাহনকেইখনৰ নম্বৰ AS-03 CC 2541, AS-12 BC 8192 আৰু AS-02 CC 9025।