প্ৰতীকি ফটো
Published on:
Updated on:
- ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৪জন লোকে হেৰুৱালে প্ৰাণ।
- মৃত্যু হোৱা লোক কেইজন ক্ৰমে- ডিব্ৰুগড়ৰ বিক্ৰম নেৱাৰ, ধেমাজিৰ হৰকান্ত দ'লে,
- যোৰহাটৰ তপন চক্ৰৱৰ্তী আৰু বিশ্বনাথৰ ভৱেন চন্দ্ৰ দাস।
- অসমত এতিয়ালৈকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৮৩৪জনলৈ পাইছে বৃদ্ধি।
Code:
Asomiya Pratidin
www.asomiyapratidin.in