New Update
- মৰাণ বামুনবাৰীত আৰক্ষী বিষয়াক প্ৰহাৰ উদণ্ডৰ যুৱকৰ।
- ডিব্ৰুগড় জিলা মৰাণ বামুনবাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়া লাৰ্নিজ পেগুক প্ৰহাৰ উদণ্ড যুৱকৰ।
- অভিযুক্ত যুৱকজনৰ নাম পিয়াংকু গগৈ।
- আনহাতে উদণ্ড যুৱক পিয়াংকু মাতৃ দিপালী গগৈয়ে আৰক্ষী বিষয়াজনৰ ছাৰ্ভিজ ৰিভলভাৰটো কাঢ়ি পলায়নৰ চেষ্টা চলাই।
- আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰি ৰিভলভাৰটো উদ্ধাৰ কৰে।
- আৰক্ষী বিষয়াজনক মৰাণ ৰাৰ্জ্যিক চিকিৎসালয়ত ভৰ্ত্তি।
- মহিলা গৰাকীকো ভৰ্তি কৰা হয় চিকিৎসালয়ত।
- আনহাতে আৰক্ষী বিষয়াক প্ৰহাৰ কৰি পলায়ন কৰে পিয়াংকু গগৈ।