কেৱল বণিয়াকে নিলম্বন কিয়? গ্ৰেপ্তাৰ কৰক আনন্দ মিশ্ৰকো…

কেৱল বণিয়াকে নিলম্বন কিয়?  গ্ৰেপ্তাৰ কৰক আনন্দ মিশ্ৰকো…
  • আনন্দ মিশ্ৰক গ্ৰেপ্তাৰৰ দাবী।
  • নগাওঁ আৰক্ষী আধীক্ষকক শীঘ্ৰেই চাকৰিৰ পৰা নিলম্বৰ দাবী তুলিলে শ্বেৰমান আলী আহমেদে।
  • ৰাজ্যত সংঘটিত ৯৯ শতাংশ এনকাউণ্টাৰ ভুৱা বুলি মন্তব্য বিধায়কগৰাকীৰ।
  • নগাওঁ আৰক্ষী অধীক্ষকগৰাকীক জেললৈ প্ৰেৰণৰ দাবী তুলিছে বিধায়ক শ্বেৰমানে ।
  • কীৰ্তিকমল বৰাক গুলীওৱাৰ ঘটনাৰ পিছতেই আৰক্ষীৰ ভূমিকাক লৈ সৃষ্টি হৈছিল সন্দেহৰ।
  • পৱন বৰঠাকুৰ এজনীয়া কমিটীয়ে সমগ্ৰ ঘটনাৰ কৰিছিল তদন্ত।
  • ইতিমধ্যে এই ঘটনাৰে সৈতে জড়িত অভিযোগত নিলম্বন কৰা হৈছে এছ আই প্ৰদীপ বণিয়াক।
  • আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্কোটিক স্কোৱাড ভংগ কৰি স্কোৱাডৰ জোৱানসকলক বদলি কৰা হৈছে বিভিন্ন জিলালৈ।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in