/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/b3638ace-5d96-48a2-b511-c0d498e2f308/dhairya_kunwar.jpg)
ডিজিটেল সংবাদ, মথুৰাপুৰ : আজি মহাষ্টমী । আজি পুৱাৰেপৰা ভক্ত মাজত দেখা গৈছে ব্যাপক উৎসাহ । পূজাস্থলী সমূহত ৰাতিপুৱাই আৰম্ভ কৰা দেখা গৈছে দেৱীৰ বন্দনা । আজি পুৱাই মথুৰাপুৰ ৰাজহুৱা পুজাথলীত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ সহ পৰিয়ালবৰ্গই উপস্থিতি হৈ দেৱীৰ চৰণত পুষ্পাঞ্জলি অৰ্পণ কৰি আশীষ গ্ৰহণ কৰে ৷
কোঁৱৰে শাৰদীয় শুভেচ্ছা জ্ঞাপক কৰি সকলোৰে মংগল কামনা কৰাৰ লগতে দেশলৈ যাতে শান্তি-শৃংখলা ঘূৰি আহে তাকে দেৱীৰ মাৰ ওচৰত কামনা কৰা বুলি মন্তব্য কৰে ৷