মিজোৰামত মাৰণাস্ত্ৰসহ ২ ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ…

মিজোৰামত মাৰণাস্ত্ৰসহ ২ ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ…

author-image
asomiyapratidin
New Update
আকৌ বন্ধ হ’ব নেকি ৰাজ্যৰ শিক্ষানুষ্ঠান ! ইখনৰ পিছত সিখন বিদ্যালয়ত ধৰা পৰিছে কোভিড সংক্ৰমণ…

  • মিজোৰামত মাৰণাস্ত্ৰসহ দুই ম্যানমাৰ নাগৰিকক গ্ৰেপ্তাৰ —-
  • মিজোৰামৰ আৰক্ষী আৰু আছাম ৰাইফলছৰ অভিযান।
  • গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত মিজোৰামৰ ইণ্ডো-ম্যানমাৰ সীমান্তত দুগৰাকী ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ।
  • অস্ত্ৰসহ ম্যানমাৰৰ নাগৰিক দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
  • এই যৌথ অভিযানত এটা এ কে চিৰিজৰ ৰাইফল আৰু ২৬ জাঁই সজীৱ গুলী জব্দ কৰা হয়।