New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/zhoramthanga-3-copy.jpg)
- বৃহস্পতিবাৰে অনুষ্ঠিত হ'বলগীয়া দিল্লীৰ ত্ৰিপাক্ষিক বৈঠক বাতিল।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তলব কৰা স্বত্বেও দিল্লী নাযায় মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকীক দিল্লীলৈ মাতি পঠিয়াইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
- কোৰোনা ৰোগীৰ সংস্পৰ্শলৈ আহি কোৱাৰেন্টাইন হৈ থকা বুলি জনাই মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগাই।