অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ মিজোৰাম আৰক্ষীৰ

অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ মিজোৰাম আৰক্ষীৰ

author-image
asomiyapratidin
New Update
অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ মিজোৰাম আৰক্ষীৰ

  • অসমৰ বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ মিজোৰাম আৰক্ষীৰ।
  • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এই বিষয়ে টুইটাৰত উল্লেখ কৰিছে।
  • অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰ কাণ্ডৰ পাছতে মিজোৰাম আৰক্ষীয়ে অসমৰ ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে গোচৰ তৰিছিল।
  • ইয়াৰোপৰি অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও গোচৰ তৰিছিল মিজোৰামৰ কোলাচিব জিলাৰ আৰক্ষীয়ে।
  • সোমবাৰে আগবেলা অসমৰ মুখ্যমন্ত্ৰীৰ গোচৰ প্ৰত্যাহাৰ কৰিছিল মিজোৰাম আৰক্ষীয়ে।
  • ইয়াৰ পাছতেই একেটা দিনতেই অসমৰ আন ৬ গৰাকী বিষয়াৰ বিৰুদ্ধে ৰুজু কৰা গোচৰো প্ৰত্যাহাৰ কৰিলে মিজোৰাম আৰক্ষীয়ে।
  • দুয়ো ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ।
Advertisment


— Zoramthanga (@ZoramthangaCM) August 2, 2021