New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- মিত্ৰজোঁটৰ চৰকাৰৰ পৰা আঁতৰিবলৈ প্ৰস্তুত অসম গণ পৰিষদ।
- অগপৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিস্ফোৰণ।
- তেওঁৰ মতে, যিকোনো মুৰ্হূততে চৰকাৰৰ পৰা ওলাই আহিব অসম গণ পৰিষদ।
- 'বিজেপি অসমৰ ৰাইজৰ বিৰুদ্ধে গ'লে অগপই ত্যাগ কৰিব বিজেপিৰ সংগ।'
- 'চৰকাৰৰ লগত থাকিও আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজপথত নামিছো।'
- ইফালে শুকুৰবাৰে বিজেপিৰে মিত্ৰতা ৰক্ষা কৰিয়ে বিজেপিৰ লগত থাকি প্ৰতিবাদ কৰাৰ কথা কৈছিল অগপৰ সভাপতি অতুল বৰাই।
- দুই অগপ নেতাৰ বিপৰীতমুখী মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া।