সমনীয়াৰ সৈতে জলপ্রপাতত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰৰ মৃতদেহ উদ্ধাৰ

কাৰ্বি আংলঙৰ জলপ্রপাতত সন্ধানহীন কিশোৰজনৰ মৃতদেহ উদ্ধাৰ।

author-image
Asomiya Pratidin
New Update
সমনীয়াৰ সৈতে জলপ্রপাতত গা ধুবলৈ গৈ সন্ধানহীন হোৱা কিশোৰৰ মৃতদেহ উদ্ধাৰ

  • কাৰ্বি আংলঙৰ জলপ্রপাতত সন্ধানহীন কিশোৰজনৰ মৃতদেহ উদ্ধাৰ।

  • আজি কিছুসময় পূৰ্বে সন্ধানহীন হৈছিল কিশোৰজন।

  • SDRFৰ অভিযানত উদ্ধাৰ পিংকল দলেৰ মৃতদেহ।

  • কাৰ্বি আংলঙৰ কাইফলাংছ’ জলপ্রপাতত সন্ধানহীন হৈছিল পিংকল।

  • সমনীয়াৰ সৈতে জলপ্রপাতত গা ধুবলৈ গৈ সন্ধানহীন যুৱক।

  • বোকাখাত–কাৰ্বি আংলং সীমান্তৰ কাকচাঙত এই ঘটনা।