/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/0d53f073-22e7-4b95-aeae-c81e442b83a4/2402261250011.jpg)
-
বাইহাটা চাৰিআলিত অঘটন
-
নিৰ্মীয়মান উৰণ সেঁতুৰ পৰা পৰি শ্রমিকৰ মৃত্যু
-
কৰ্মৰত অৱস্থাত দলঙৰ পৰা পৰি মৃত্যু শ্রমিকজনৰ
-
এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃত শ্রমিকজন
-
ঘটনাক কেন্দ্র কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
-
ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা আৰক্ষীৰ