বশিষ্ঠত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ই-ৰিক্সাত

বশিষ্ঠত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ই-ৰিক্সাত
  • বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা

  • বশিষ্ঠত দুই দুৰ্বৃত্তই অগ্নিসংযোগ কৰে এখন ই-ৰিক্সাত

  • বেলতলা বজাৰৰ সমীপত ৰখাই থোৱা ই-ৰিক্সাত অগ্নিসংযোগ

  • ই-ৰিক্সাখনৰ স্বত্বাধিকাৰীৰ অনুসৰি, ব্যক্তিগত আক্ৰোশৰ বাবেই জ্বলাই দিলে বাহন খন

  • সমগ্র দৃশ্য বন্দী চি চি টিভি কেমেৰাত

  • ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে 

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in