New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/af1f78ee-6c7f-4cb7-addd-aef2919630b3/222.jpg)
বশিষ্ঠত চাঞ্চল্যকৰ ঘটনা
বশিষ্ঠত দুই দুৰ্বৃত্তই অগ্নিসংযোগ কৰে এখন ই-ৰিক্সাত
বেলতলা বজাৰৰ সমীপত ৰখাই থোৱা ই-ৰিক্সাত অগ্নিসংযোগ
ই-ৰিক্সাখনৰ স্বত্বাধিকাৰীৰ অনুসৰি, ব্যক্তিগত আক্ৰোশৰ বাবেই জ্বলাই দিলে বাহন খন
সমগ্র দৃশ্য বন্দী চি চি টিভি কেমেৰাত
ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us