অসম
মহানগৰীৰ ছয়মাইলত দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী পাচলি ব্যৱসায়ীক…
- মহানগৰীৰ ছয়মাইলত এক হত্যাকাণ্ড সংঘটিত হয় ।
- দুৰ্বৃত্তই হত্যা কৰিলে এগৰাকী লোকক ।
- শনিবাৰে নিশা ছয়মাইলৰ দ্বাৰন্ধা পথত সংঘটিত হয় এই ঘটনা ।
- মৃত লোকজনৰ নাম জাহিদুল আলী ।
- জাহিদুল আলী পেচাত এগৰাকী পাচলি ব্যৱসায়ী ।
- দোকান বন্ধ কৰি ঘৰলৈ ওভতাৰ সময়ত সংঘটিত ঘটনা ।
- দুৰ্বৃত্তই ডিঙি ৰেপি পথৰ দাঁতিত পেলাই থৈ যায় জাহিদুলক ।
- পাৰিবাৰিক সংঘাতৰ ফলতেই হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ।
- পত্নীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালে ।