হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিফল! চৰম সিদ্ধান্ত ল'লে কিশোৰীয়ে

মৰিয়নীত অঘটন। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ আত্মহনন।

author-image
Asomiya Pratidin
New Update
হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিফল! চৰম সিদ্ধান্ত ল'লে কিশোৰীয়ে

  • মৰিয়নীত অঘটন।

  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ্থীৰ আত্মহনন।

  • নিজ গৃহতে এগৰাকী ছাত্ৰীয়ে গ্ৰহণ কৰে চৰম পন্থা।

  • মৰিয়নী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা পৰীক্ষাত অৱৰ্তীন হৈছিল ছাত্ৰী গৰাকী।

  • আজি ঘোষিত পৰীক্ষাৰ ফলাফলত বিফল হৈছিল ছাত্ৰী গৰাকী।

  • ফলাফল বেয়া হোৱাৰ বাবে আত্মহত্যাৰ সন্দেহ।

  • মৰিয়নী নগৰৰ ৫ নং ৱাৰ্ডত ঘৰ ছাত্ৰী গৰাকীৰ।

  • ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।