/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/3b03aa47-ef19-45e5-918e-1b778484e91b/download.jpg)
-
হাৰিয়ানাৰ পৰা উদ্ধাৰ অসমৰ এগৰাকী নাবালিকাক।
-
কোকৰাঝাৰৰ পৰা হাৰিয়ানালৈ এজন যুৱকে পলুৱাই নিছিল নাবালিকা গৰাকীক।
-
দিল্লী আৰক্ষীৰ নৰ্থ ইষ্ট চেলৰ সমন্বয়ক ঘিতাশ্রী ভূঞা নৰুলাই উদ্ধাৰ কৰে নাবালিকা গৰাকীক।
-
দিল্লী, হাৰিয়ানা আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা গৰাকীক।
-
চাহিল নামৰ যুৱকজন বৰ্তমান পলাতক।
-
দিল্লীৰ এটি শিশুগৃহত ৰখা হৈছি নাবালিকা গৰাকীক।