ফাইল ফটো
Published on:
Updated on:
- নৱ নিযুক্ত মন্ত্ৰী যোগেন মহন ক'লা পতাকা প্ৰদৰ্শন।
- ডিমৌত মন্ত্ৰীগৰাকীক প্ৰদৰ্শন কৰা হয় ক'লা পতাকা।
- ডিমৌ নিতাই বৰবৰুৱা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল মন্ত্ৰীগৰাকী।
- ডিমৌ আঞ্চলিক ছাত্র সন্থাই প্ৰদৰ্শন কৰে ক'লা পতাকা।
- ইফালে প্ৰতিবাদকাৰীক গামোচা প্ৰদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে।
Code:
Asomiya Pratidin
www.asomiyapratidin.in