New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/seba2fghjkl.jpg)
- মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ অধিসূচনা জাৰি।
- ২০১৯ বৰ্ষৰ মেট্ৰিক আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ বাবে অধিসূচনা জাৰি।
- অসম মাধ্যমিক শিক্ষা পৰিষদে জাৰি কৰিছে এই অধিসূচনা।
- ২৫ অক্টোবৰৰ পৰা ১৫ নবেম্বৰৰ ভিতৰত বিদ্যালয়সমূহক ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰপত্ৰ পূৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ।
- ছাত্ৰ-ছাত্ৰীৰ প্ৰপত্ৰসমূহ অনলাইনযোগে জাৰি কৰিবলৈ নিৰ্দেশ।