New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/09/meghaloi-power-ministar.jpg)
- নগাঁৱৰ ননৈ ত মেঘালয়ৰ শক্তিমন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
- দুৰ্ঘটনাত আহত পাচজনকৈ নিৰাপত্তাৰক্ষী।
- আহতসকলক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান।
- অৱশ্যে দুৰ্ঘটনাত আহত হোৱা নাই মেঘালয়ৰ শক্তি মন্ত্ৰী জেমচ চাংমা।
- এখন ট্ৰাকত কনভয় বাহনৰ সংঘৰ্ষ হোৱাৰ ফলত পথৰ দাঁতিলৈ সোমাই যায় মন্ত্ৰীৰ বাহনখন।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us