অখিল গগৈ মাওবাদী নহয়,অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে অখিলে : মেধা পাটকাৰ…

অখিল গগৈ মাওবাদী নহয়,অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে অখিলে : মেধা পাটকাৰ…
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয় এক সংবাদ মেল সম্বোধন কৰে সমাজকৰ্মী মেধা পাটকাৰে।
  • সংবাদ মেলত বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে কয যে –
  • 'কৰ্পৰেটে উত্তৰ-পূবৰ সকলো সম্পদ লৈ গ'ল'
  • অখিল গগৈয়ে বিৰোধ কৰিব লাগে কাৰণে বিৰোধ কৰা নাই
  • অখিল গগৈ মাওবাদী নহয়
  • অখিল গগৈক মাওবাদী বুলি ক'লে মাওবাদীক অসন্মান কৰা হ'ব
  • সাম্প্রদায়িক ৰাজনীতিৰ বিপৰীতে উন্নয়ন কৰিবলৈ আহ্বান বিজেপিক
  • 'অন্যায়ৰ বিৰুদ্ধে মাত মাতি আহিছে অখিল গগৈয়ে'
  • 'অসমৰ জনতাক প্রতাৰণা বিজেপি চৰকাৰৰ'
  • 'মজদুৰকো প্রতাৰণা মোডী চৰকাৰৰ'
  • 'অখিল গগৈক জেলত ভৰাই টোলগেট আৰু নদীবান্ধ বনালে'
  • 'অসমৰ কথা কেৱল আন্দোলনকাৰীহে চিন্তা কৰে'
  • 'অসমৰ হৈ একো নকৰিলে বিজেপিয়ে.এই কথা অসমৰ জনতাই উপলব্ধি কৰিব লাগে'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in