মায়ঙৰ ফাৰ্মাচীত আৰক্ষীৰ অভিযান, ম্যাদ উকলা ঔষধ বিক্ৰীৰ অভিযোগ…

মায়ঙৰ ফাৰ্মাচীত আৰক্ষীৰ অভিযান, ম্যাদ উকলা ঔষধ বিক্ৰীৰ অভিযোগ…

author-image
asomiyapratidin
New Update
মায়ঙৰ ফাৰ্মাচীত আৰক্ষীৰ অভিযান, ম্যাদ উকলা ঔষধ বিক্ৰীৰ অভিযোগ…

প্ৰতীকি ফটো

  • মায়ঙৰ বুঢ়াবুঢ়ীৰ এখন ফাৰ্মাচীত আৰক্ষীৰ অভিযান।
  • ফাৰ্মাচীখনত ম্যাদ উকলি যোৱা ঔষধ বিক্রীৰ অভিযোগ।
  • ফাৰ্মাচীখনৰ পৰা বৃহৎ পৰিমাণৰ ম্যাদ উকলি যোৱা ঔষধ জব্দ।
  • ২০২০ চনতে ম্যাদ শেষ হৈ যোৱা ঔষধ বিক্রী।
  • ফাৰ্মাচীখনৰ স্বত্বাধিকাৰ মুচাৰফ হুছেইনক আটক।