Published on:
Updated on:
- বুধবাৰে পুৱা মথুৰাপুৰ মাজগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷
- দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এগৰাকী ব্যক্তি ৷
- এএছ ২৩ আৰ ৫৪৬২ নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয় ৷
- আহত হোৱা চালক গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় ৷
- এজন মটৰচাইকেল আৰোহীক ৰক্ষা কৰিবলৈ লওঁতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷
Code:
Asomiya Pratidin
www.asomiyapratidin.in