New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/ink-factory.jpg)
- পলাশবাৰীৰ হুদুমপুৰত বিধ্বংসী অগ্নিকাণ্ড।
- এটা চিয়াঁহী উদ্যোগত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড।
- কন্ট্রোল প্রিণ্ট নামৰ চিয়াঁহী উদ্যোগত এই অগ্নিকাণ্ড।
- কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুওৱাৰ চেষ্টা অব্যাহত।
- উদ্যোগটোৰ পৰা কাষৰ আবাসিক এলেকালৈ জুই সম্প্রসাৰিত হোৱাৰ আশংকা।
- কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্রপাত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us