মানকাচৰৰ ইউকো বেংকত অগ্নিকাণ্ড…

মানকাচৰৰ ইউকো বেংকত অগ্নিকাণ্ড…

author-image
asomiyapratidin
New Update
গছ কটা কাৰ্যক বাধা দিয়া বন বিষয়ালৈ গুলী অৰুণাচলী দুৰ্বৃত্তৰ…

  • মানকাচৰ UCO বেংকত ভয়ংকৰ অগ্নিকাণ্ড।
  • কিছু সময় পূৰ্বে বেংকটোৰ ভিতৰত সংঘটিত হৈছে এই অগ্নিসংযোগ।
  • বেংকটো বন্ধ হৈ পৰাৰ পিছতে এইদৰে হঠাৎ জুই জ্বলি উঠিছে।
  • এতিয়াও জ্বলি আছে জুই।
  • অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ প্ৰেচেষ্টা অব্যাহত ৰাখিছে।
  • বিদ্যুৎ বিজুতি হৈ অগ্নিকাণ্ড হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে।
  • নগদ ধনসহ বহু সামগ্ৰী ভস্মীভূত হোৱাৰ আশংকা।