New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/03/mask-bjp-pressmeet-mancasar-pootest-news-hhhhhhh-kiborah-twolacsrupeenewsface-885577-copy.jpg)
প্ৰতীকি ফটো
- পুনৰ কোৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে অসমত।
- পুনৰ গুৱাহাটী মহানগৰীত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
- মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা।
- মহানগৰীৰ ৰাজহুৱা স্থানসমূহত মাস্ক পৰিধান কৰিব লাগিব সকলোৱে।
- তিনি তৰপীয়া মাস্ক পৰিধান কৰাটো বাধ্যতামূলক।
- সভা, বৈঠক আদিতো মাস্ক পৰিধান কৰিব লাগিব।
- ব্যক্তিগত, কাৰ্যালয়ৰ বা ৰাজহুৱা বাহনতো মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
- হাস্পতাল, কাৰ্যালয় বা ব্যৱসায়িক স্থানত মাস্ক পিন্ধিব লাগিব।
- চৰকাৰী এই নিয়ম অমান্য কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা।
- দ্বিতীয়বাৰৰ বাবে নিৰ্দেশ অমান্য কৰিলে ১০০০ টকা জৰিমনা ভৰিব লাগিব।