মৰিগাঁও গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল কি?

মৰিগাঁও গাঁও পঞ্চায়তৰ নিৰ্বাচনৰ ফলাফল কি?

author-image
asomiyapratidin
New Update

  • মৰিগাঁৱত গাঁও পঞ্চায়তৰ ফলাফল ঘোষণা।
  • মৰিগাঁও কুশতলী জিলা পৰিষদৰ লাওভোৰুঙ্গা পঞ্চায়তৰ ৭নং ৱাৰ্ডৰ ফলাফল ঘোষণা।
  • উক্ত গাঁও পঞ্চায়তৰ সদস্য পদত জয়লাভ কৰিছে বিজেপি প্ৰাৰ্থীয়ে।
  • মায়ং জিলা পৰিষদৰ কুৰাণীবৰী পঞ্চায়তৰো ফলাফল।
  • উক্ত গাঁও পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী।
  • কংগ্ৰেছ প্ৰাৰ্থী মোছাৰফ হুছেইনে লাভ কৰিছে ৩০৫টা ভোট।
  • বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ৫৬টা ভোট।
  • জাগীভকটগাওঁ জিলা পৰিষদৰ গড়মাৰী পঞ্চায়তৰ ৯ আৰু ১০ নং ৱাৰ্ড বিজেপিৰ দখলত।
  • ইফালে, মৰিগাঁৱৰ দন্দুৱা গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ড সদস্য জয়ী কংগ্ৰেছ প্ৰাৰ্থী ইনামুল হুছেইন।
  • মৰিগাঁৱৰ নিজ গেৰুৱা জিলা পৰিষদৰ হয়বৰ গাওঁ পঞ্চায়তৰ ৬নং ৱাৰ্ডত বিজেপি প্রাৰ্থী বিজয়ী।