মৰিগাঁৱত ভোটগণনা কেন্দ্ৰতেই ঢলি পৰিল প্ৰাৰ্থী

মৰিগাঁৱত ভোটগণনা কেন্দ্ৰতেই ঢলি পৰিল প্ৰাৰ্থী
  • মৰিগাঁও ভোটগণনা কেন্দ্ৰত অঘটন।
  • ভোটগণনা চলি থকাৰ মাজতেই হঠাৎ মাটিত ঢলি পৰিল এগৰাকী প্ৰাৰ্থী।
  • ৱাৰ্ড মেম্বাৰ পদৰ প্ৰাৰ্থী আছিল তেওঁ।
  • প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হয় প্ৰাৰ্থীগৰাকীক।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in