অসম মুখ্য-পৃষ্ঠা মৰিগাঁৱত ভোটগণনা কেন্দ্ৰতেই ঢলি পৰিল প্ৰাৰ্থী মৰিগাঁৱত ভোটগণনা কেন্দ্ৰতেই ঢলি পৰিল প্ৰাৰ্থী asomiyapratidin 12 Dec 2018 10:41 IST Follow UsNew Updateমৰিগাঁও ভোটগণনা কেন্দ্ৰত অঘটন।ভোটগণনা চলি থকাৰ মাজতেই হঠাৎ মাটিত ঢলি পৰিল এগৰাকী প্ৰাৰ্থী।ৱাৰ্ড মেম্বাৰ পদৰ প্ৰাৰ্থী আছিল তেওঁ।প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰা হয় প্ৰাৰ্থীগৰাকীক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক