মৰিগাঁৱত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড…VIDEO

মৰিগাঁৱত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড…VIDEO
  • মৰিগাঁৱত পুৱতি নিশা সংঘটিত ভয়ংকৰ অগ্নিকাণ্ড।
  • মৰিগাঁও চহৰৰ মাজমাজিয়াত থকা মিণ্ডা বাৰত সংঘটিত হয় এই অগ্নিকাণ্ড।
  • অগ্নিকাণ্ড ফলত বাৰ খনৰ আটাইবোৰ কোঠা সম্পূৰ্ণৰূপে জুইত জাহ যায়।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে ইতিমধ্যে নিৰ্বাপিত কৰে জুই।
  • বাৰ খনৰ মালিকৰ অভিযোগ কোনো দুষ্কৃৰ্তিকাৰীয়ে বাৰ খনত অগ্নিসংযোগ কৰি দিয়ে।
  • অগ্নিকাণ্ডৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in