Published on:
Updated on:
- দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
- ৰছমাৰীৰ পৰা তিনি গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
- ৬ টা ম'হসহ গ্ৰেপ্তাৰ তিনি গৰু সৰবৰাহকাৰী।
- মাজ নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে অভিযান চলাইছিল।
- ম'হ কেইটা নদী আৰু চৰ এলেকাৰে সীমান্তলৈ নিবলৈ চেষ্টা কৰিছিল।
- দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলোৱাত সপবৰাহকাৰী কেইটা আটক হয়।
- গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইটা ৰসিদ আলি, নজৰুল ইছলাম আৰু জাহান উদ্দীন।
Code:
Asomiya Pratidin
www.asomiyapratidin.in