Published on:
Updated on:
- মানকাচৰৰ দৰুৱা গাঁৱত নাও দুৰ্ঘটনা।
- বানৰ বাবে ঘৰে ঘৰে গৈ নাও যোগে লোকক বজাৰলৈ অনা নিয়া কৰা নাও দুৰ্ঘটনা।
- নাও খনত আছিল ১২ জন লোক।
- ইয়াৰে ২ কিশোৰী মৃত্যু মুখত পৰে।
- একেটা পৰিয়ালৰ দুই কিশোৰী।
- জানমণি আৰু যছুফে বেগম নামৰ দুই কিশোৰী প্ৰথমে নিখোজ হয়।
- নাৱত থকা আন দহ জন কোনোমতে সাঁতুৰি উদ্ধাৰ হয়।ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে
Code:
Asomiya Pratidin
www.asomiyapratidin.in