মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা…

মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ চপাইত শনিবাৰে দুপৰীয়া সংঘটিত হয় এক শোকৱহ দুৰ্ঘটনা। কোনো অচিনাক্ত গাড়ীৰ খুন্দাত থিতাতে নিহত হয় স্কুটী আৰোহী এজন।মৃত স্কুটী আৰোহী জন মঙলদৈ গধীয়া পাৰাৰ হলধৰ ডেকা বুলি চিনাক্ত কৰা হৈছে।

পথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃত লোকজনক। ইতিমধ্যে নিহত ব্যক্তি গৰাকীক মৰোনোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। স্কুটী খনৰ নম্বৰ এএচ১৩কে০৩৬৯ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in