অসম মানকাচৰত আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ, আটক দুজনক… মানকাচৰত আৰক্ষীৰ অভিযানঃ বৃহৎ পৰিমানৰ নিচাজাতীয় সামগ্ৰী জব্দ, আটক দুজনক… asomiyapratidin 27 Nov 2021 20:40 IST Follow UsNew Updateমানকাচৰত ড্রাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।ঔষধালয়ৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা আৰু আন নিতাজাতীয় দ্রব্য।৯৬০টা নিচাজাতীয় টেবলেটসহ ৬০০ গ্রাম গাঞ্জা জব্দ।ঔষধালয়খনৰ স্বত্বাধিকাৰ মুকছেদুল মিঞাক আটক।ঔষধালয়খনৰ কৰ্মচাৰী ৰাহুল ইছলামকো আটক।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক