New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/02/xxxxxxxxxxxxxxx-agnipath-movie-corona.jpg)
- মানকাচৰৰ ফেকামাৰীত পথ দুৰ্ঘটনা।
- চাইকেল আৰোহীক বাইক এখনে খুন্দা মাৰে।
- ওৱাজেদ আলি (৩৫) আৰু মজনু শেখ (২৪) আহত হৈছে।
- দুয়োকে হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
- বাইক আৰোহী মজনু শেখৰ অৱস্থা সংকটজনক।
- চাইকেল আৰোহীজন বিহাৰৰ বাসিন্দা।
- ফেকামাৰী বজাৰত তেওঁ কেবা বছৰ ধৰি দোকান দি ব্যৱসায় কৰি আছে।
- দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত এই দুৰ্ঘটনা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us