Published on :
Updated on :
- মানকাচৰ মহাবিদ্যালয় উত্তপ্ত পৰিস্থিতি ।
- মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ দুই গোটৰ পৃথক প্ৰতিবাদ ।
- নতুন অধ্যক্ষ বাছনিক লৈ শিক্ষাৰ্থীৰ মাজত অৰিয়াঅৰি ।
- মহাবিদ্যালয় খনৰ এটা গোটৰ শিক্ষাৰ্থীয়ে জেষ্ঠ্য প্ৰবক্তা পি চি মহাপাত্ৰক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়াৰ দাবী ।
- আন এটা গোটৰ দাবী ড০ সুদিপ্তা দত্তক ভাৰপ্ৰাপ্ত অধ্যক্ষ নিযুক্তিৰ দাবী ।
- দেওবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ আবেদ আলীয়ে অৱসৰ গ্ৰহন কৰে
- দেওবাৰে ড০ সুদিপ্তা দত্তক ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব দিয়ে মহাবিদ্যালয় পৰিচালনা সমিতিয়ে
- কিন্তু পৰিচালনা সমিতিৰ এই সিদ্ধান্তক লৈ শিক্ষাৰ্থী সকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
- সোমবাৰে শিক্ষাৰ্থী সকলে শ্ৰেনী বৰ্জন কৰি হাতে হাতে প্লেকাৰ্ড লৈ উত্তাল প্ৰতিবাদ আৰম্ভ কৰে
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপস্থিত হৈছে মহাবিদ্যালয় খনত ।
- পৰিচালনা সমিতিৰ সিদ্ধান্ত বাতিলৰ দাবীত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জৰিয়তে পৰিয়ালনা সমিতিলৈ স্মাৰক পত্ৰ প্ৰদান ।
- দাবী পুৰন নোহোৱালৈ শিক্ষাৰ্থী সকলে শ্ৰেনী বৰ্জন কৰি প্ৰতিবাদ অব্যাহৰ ৰখাৰ ভাবুকি ।
- বিশ্ব বিদ্যালয়ৰ নিয়ম-নীতি মতেই নতুন অধ্যক্ষ নিযুক্তিৰ দাবী ।
Asomiya Pratidin
www.asomiyapratidin.in